অলিম্পিকত পদক নিশ্চিত কৰিলে লাভলীনাই, ছেমিত প্ৰৱেশ কৰিলে অসমৰ বক্সাৰগৰাকীয়ে

অলিম্পিকত পদক নিশ্চিত কৰিলে লাভলীনাই, ছেমিত প্ৰৱেশ কৰিলে অসমৰ বক্সাৰগৰাকীয়ে


 অলিম্পিকত পদক নিশ্চিত কৰিলে লাভলীনাই, ছেমিত প্ৰৱেশ কৰিলে অসমৰ বক্সাৰগৰাকীয়ে

আগষ্টত ছেমি ফাইনেলত ৰীঙত নামিব লাভলীনা বৰগোহাঁই নিয়েন চিন চেনক পৰাস্ত কৰি প্ৰৱেশ কৰে ছেমি ফাইনেলত ইয়াৰ লগে লগে অলিম্পিকত পদক পোৱা প্ৰথমগৰাকী অসমীয়া ' লাভলীনা - ব্যৱধানত বিপক্ষৰ খেলুৱৈক ধৰাশায়ী কৰে লাভলীনাই

অসমৰ বক্সাৰ লাভলীনাই টকিঅ' অলিম্পিকৰ মহিলাৰ ৬৯ কিলোগ্ৰামৰ কোৱাৰ্টাৰ ফাইনেলত লচীনা টাইপেইৰ নিয়েন চিন চেনক পৰাস্ত কৰে ইয়াৰ তেওঁ বক্সিঙত পদক জয় কৰা দেশৰ দ্বিতীয় গৰাকী মহিলা বক্সাৰ হৈ পৰিছে লাভলীনাৰ আগত মেৰী কমে লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জিকিছিল

লাভলীনা আৰম্ভণিৰে পৰা আক্ৰমণাত্মক আছিল, আৰু এক প্ৰচণ্ড প্ৰতি-আক্ৰমণাত্মক খেলৰ সৈতে ইয়াক অনুসৰণ কৰিছিল আৰু অন্তিম তিনি মিনিটত প্ৰতিৰক্ষা অধিক কঠোৰ কৰি ৰাখি বিজয়ী হৈছিল

Post a Comment

Previous Post Next Post